মোৰ প্ৰিয় বৰগীত.. তেজৰ কমলাপতি (Tejore Komolapoti)

ৰাগ – শ্যাম

 
ধ্ৰুং –
তেজৰে কমলাপতি পৰভাতে নিন্দ।
তেৰি চান্দ মুখ পেখোঁ উঠৰে গোবিন্দ ॥

পদ -
ৰজনী বিদূৰ দিশ ধৱলী বৰণ।
তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ॥
শতপত্ৰ বিকশিত ভ্ৰমৰ উৰায়।
ব্ৰজ বধু দধি মথে তুৱা গুণ গাই।
দাম সুদাম ডাকে তেৰি লৈয়া নাম।
হেৰ দেখ উঠিয়া আসিল বলৰাম॥
নন্দ গেল বাথানে গোৱাল গেল পাল।
সুৰভি চাৰিতে লাগে উঠৰে গোপাল ॥
ক্ষীৰ লয়নু লৈয়া শিঙা বেত বেণু ।
সকালে মেলিয়ো বত্স হাম্বালাৱে ধেনু ॥
কহয় মাধৱ মাই কিনো তপসাইলা ।
ত্ৰিজগত পতি হৰি ৰাখোৱাল পাইলা ॥

Comments

Popular posts from this blog

মই দুৰাচাৰ

স্কুলীয়া দিনৰ সোণালী স্মৃতি

Anamika Lyrics by Mr Rajkumar