WWE Fastline 12 March 2018 ডব্লিউ ডব্লিউ ই ফাষ্টলেন ফলাফল
১/ নাকামুৰা আৰু ৰুসেভৰ মাজত অনুষ্ঠিত তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত নাকামুৰাই জয়লাভ কৰে ।
2/ সংযুক্ত যুক্তৰাষ্ট্ৰ চেম্পিনশ্বিপ খেলখনত ৰেন্দী অৰ্তনে ববী ৰুদক পৰাজিত কৰে । আৰ্তনে প্ৰথমবাৰৰ বাবে এই খিতাপ লাভ কৰিছে ।
৩/ মহিলাৰ টেগ টিম খেলত নিয়মী আৰু লিন্সৰ বিপক্ষে কাৰমেলা আৰু নাটালিয়া অৱতীৰ্ণ হয় । খেলখনত কাৰমেলা আৰু নাটালিয়া জয়ী হয় ।
৪/ পুৰুষৰ টেগ টিম মেচত নিউ ডে উচছৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতাৰ মাজত বোলজন ভাতৃদ্বয়ে বেয়াকৈ আক্ৰমণ কৰি মেছখন আধাতে সমৰিবলৈ বাধ্য কৰে ।
৫/ smackdown woman চেম্পিয়নশ্বিপ মেচত ৰুবি ৰায়ত আৰু চাৰ্লট ফ্লেয়াৰৰ মাজত প্ৰতিদ্বন্দিতা হয় ।
চাৰ্লট ফ্লেয়াৰ নিজৰ খিতাপ ৰক্ষা কৰাত সক্ষম হয় ।
৬/ মূল অনুষ্ঠানত এ জে ষ্টাইলচ, জন চিনা, কেভিন ওৱেনচ, চেমি যেইন, কাৰ্বিন আৰু দৌল্ফ যিগলাৰৰ মাজত ডব্লিউ ডব্লিউ ই চেম্পিনশ্বিপ মেচ অনুষ্ঠিত হয় । এ জে ষ্টাইলচ নিজৰ খিতাপ ৰক্ষা কৰাত সফল হয় ।
বিতৰ্কিত খেলখনত কেভিন ওৱেন আৰু শ্বামি যেনে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই ।
Comments
Post a Comment